Home ৰাজ্যআজিৰ পৰা কামাখ্যাত অম্বুবাচী মেলা, সোত বৈছে ভক্তৰ

আজিৰ পৰা কামাখ্যাত অম্বুবাচী মেলা, সোত বৈছে ভক্তৰ

by News Desk
50 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ ২২ জুন শুকুৰবাৰৰ পৰা শক্তিপীঠ কামাখ্যালৈ ভক্তৰ লানি নিচিগা সোত বোৱা পৰিলক্ষিত হৈছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাছী মেলাত দেৱী কামাখ্যাক দৰ্শৰনৰ বাবে দেশ বিদেশৰ পৰা অগণন ভক্তৰ সমাগম ঘটিছে৷ 

ইফালে অম্বুবাচী মেলাক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসনো৷ মহানগৰীৰ ৫ স্থানত ভক্তৰ বাবে শিৱিৰ স্থাপন কৰাৰ লগতে খাদ্যৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে বয়োজ্যোষ্ঠ ভক্তৰ বাবে বিনামূলীয়া পৰিবহনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ মেলাৰ কালচোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ বাবে মহানগৰ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0