52
আমগুৰিঃ শিৱসাগৰ জিলাৰ কেইবাটাও সংগঠনে আহ্বান জনোৱা শিৱসাগৰ জিলা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে আমগুৰিl৷
শিৱসাগৰ জিলাৰ বেতন বঞ্চিত ১৫৩০ জন শিক্ষকক চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা মুকলি কৰি দিয়া, ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৩০০ কোটিটকীয়া জিৰাত কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰা দাবী জনায়।