68
গৌৰীসাগৰঃ সকলো সম্পৰ্কৰ মাতৃ সদৃশ স্বামী-স্ত্ৰীৰ সম্পৰ্ক। পিছে হ’লে কি হ’ব? পৃথিৱীৰ সকলোতকৈ থুনুকা সম্পৰ্কটোৱেই হৈছে এই স্বামী-স্ত্ৰীৰ সম্পৰ্ক। কোন মুহূৰ্তত কেতিয়া এই সম্পৰ্ক গঢ় লৈ উঠে আৰু কেনেকৈ বিচ্ছেদ হয় সেয়া তলকিবই নোৱাৰি।
কেৱল সেয়াইনে? কোনো কোনো মুহূৰ্তত এই সম্পৰ্কই এনে ভয়াৱহ ৰূপ লয় যে সেয়া কল্পনাই কৰিব নোৱাৰি। যোৱা সোমবাৰ এনে এক ঘটনাই সংঘটিত হ’ল শিৱসাগৰ জিলাৰ আমগুৰিৰ ৰাজপথত।