Home ৰাজ্যমুখ্যমন্ত্ৰী সৰ্বানন্দক ফেচিষ্ট, সাম্প্ৰদায়িক আখ্যা আমছুৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দক ফেচিষ্ট, সাম্প্ৰদায়িক আখ্যা আমছুৰ

by News Desk
59 views
A+A-
Reset

ডিফুঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ফেচিষ্ট আৰু অতি সাম্প্ৰদায়িক। চৰকাৰৰ ভেৰোণীয়া আৰক্ষী বাহিনীয়ে নিৰীহ গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি হত্যা কৰাৰ পাছতো বিচাৰ নকৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ।

আজি নিউজ নেক্সট ৱানলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে গোৱালপাৰা কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে। বিবৃতিটোত সংগঠনটোৱে গোৱালপাৰাত আৰক্ষীৰ গুলীত নিহত ইয়াকুবৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়া ডিম্বেশ্বৰ ৰয় আৰু আৰক্ষী কনিষ্টবল অনুপ চেতিয়াক ৪ দিন অতিক্ৰম কৰাৰ পিছতো গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নিহতৰ নিকটাত্মীয়ক ১০ লাখ আৰু আহত সকলক ৫ লাখকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0