63
ডিজিটেল ডেস্কঃ সুৰা বুলিলেই মুখ কোছোৱা মানুহ বহু আছে সমাজত৷ কিন্তু বীয়েৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা আপুনি শুনিছেনে?
হয়, বীয়েৰক স্বাস্থ্যৰ বাবে ফলপ্ৰসূ বুলি দাবী কৰিছে অন্ধ্ৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী কে এছ জৱাহৰে৷ মন্ত্ৰীজনৰ ভাষ্য অনুসৰি বাকী সুৰাসমূহতকৈ বিয়েৰত এলক’হ’লৰ পৰিমাণ কম থাকে৷ সেইবাবে আন সুৰাতকৈ বীয়েৰ উপকাৰী৷