Home ৰাজ্যৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাৰ ক’লা দিৱস, মোডী-সোণোৱালক শ্ৰমিক বিৰোধী আখ্যা

ৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাৰ ক’লা দিৱস, মোডী-সোণোৱালক শ্ৰমিক বিৰোধী আখ্যা

by News Desk
A+A-
Reset
d6676255-3168-4ef7-8a27-c4e832934dc4

newsnextone.com | গুৱাহাটীঃ মঙলবাৰে ৰাজ্যজুৰি অংগনাবাড়ী কৰ্মী-সহায়িকাই ক’লা দিৱস পালন কৰে। অংগনবাড়ী কৰ্মী-সহায়িকাসকলে মজুৰিৰ পৰিৱৰ্তে দৰমহা দিয়া, মিনি অংগনবাড়ী কেন্দ্ৰ সমূহক প্ৰধান কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, অংগৰবাড়ী কেন্দ্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া বন্ধ কৰাৰ দাবী জনায় পুৱা ১১ বজাৰ পৰা ৰাজ্যৰ বিবিন্ন প্ৰান্তত ক’লা দিৱস পালন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে।

ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ বিভিন্ন দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰ ৰাজ্য চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰি চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিবাদ কৰি আহিব লগা হৈছে বুলি কয় অংগনবাড়ী কৰ্মী-সহায়িকাই৷ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়, মহকুমা সদৰ, জিলা সদৰত মঙলবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অংগনবাড়ী কৰ্মী-সহায়িকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0