Home ৰাজ্যআপোন ঘৰ খনলৈ আহিল অসমৰ ৰাণী অংকুশিতা, উষ্ম আদৰণী

আপোন ঘৰ খনলৈ আহিল অসমৰ ৰাণী অংকুশিতা, উষ্ম আদৰণী

by News Desk
52 views
A+A-
Reset

ঢেকীয়াজুলিঃ আকাশৰ তৰাৰ সৈতে খেলা কৰা সপোনৰ ঘৰ খনলৈ আহিল অসমৰ বক্সিঙৰ ৰাণীয়ে৷ বৃহস্পতিবাৰে নিজ গৃহত উপস্থিত হ’ল স্বৰ্ণজয়ী অংকুশিতা বড়ো৷ বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী অংকুশিতা বড়োৱে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীত উপস্থিত হোৱাৰ পিছতে শ-শ লোকে উস্ম আদৰণী যাচে৷

গাড়ীৰে সমদল কৰি আদৰি অনাৰ লগতে পথৰ দাতিত সমদল ৰখাই অনেক লোকে গামোচা পিন্ধাই শুভেচ্ছো যাচে অংকুশিতাক৷ বক্সিঙেৰে বিশ্বজয় কৰা স্বৰ্ণজয়ী অংকুশিতা বড়োক ঢেকীয়াজুলিবাসীয়ে উষ্ম আদৰণী জনায়৷ কোকৰাঝাৰৰ পৰা ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহচক্ৰৰ মেঘাইজাৰণীৰ বাসগৃহলৈ আহি থকা অৱস্থাত ওৰাংৰ পৰা খেলুৱৈগৰাকীক বাইক সৰু-বৰ গাড়ীৰে ৰেলী কৰি আদৰি আনে অগনন লোকে৷ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত ক্ৰীড়া সন্থাৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে অংকুশিতাক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0