Home দেশএইবাৰ ৪০০ কোটি লৈ দেশ এৰি পলাল চাউল ব্যৱসায়ী! চিবিআইৰ গোচৰ ৰুজু

এইবাৰ ৪০০ কোটি লৈ দেশ এৰি পলাল চাউল ব্যৱসায়ী! চিবিআইৰ গোচৰ ৰুজু

by News Desk
A+A-
Reset
400 koti

মুম্বাইঃ মূৰত ৪০০ কোটি টকাৰ ঋণৰ বোজা লৈ দেশ এৰি পলাল কেবাজনো চাউল ব্যৱসায়ী। অৱশ্যে এই কৰ’না কালত নহয়, আজিৰ পৰা ৪ বছৰ পূৰ্বেই দেশ এৰিছিল চাউল ব্যৱসায়ীজনে। কিন্তু ষ্টেট বেংক অব ইণ্ডিয়াই চিবিআইৰ বিৰুদ্ধে এতিয়াহে দাখিল কৰিছে অভিযোগ।

এছবিআইসহ মুঠ ৬টা বেংকৰ পৰা প্ৰায় ৪০০ কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰা চাউল ব্যৱসায়ীকেইজনৰ কোম্পানীটোৰ নাম হৈছে ৰামদেৱ ইণ্টাৰনেশ্যনেল লিমিটেড। যোৱা ২৫ ফেব্ৰুৱাৰীত এই কোম্পানীটোৰ মালিককেইজনৰ বিৰুদ্ধে চিবিআইৰ দ্বাৰস্থ হৈছিল এছবিআই। তাৰ পিছতো কোনো ফল নধৰাত যোৱা ২৮ এপ্ৰিলত পুনৰ কোম্পানীটোৰ বিৰুদ্ধেও অভিযোগ দিয়ে বেংকটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0