87
নতুন দিল্লীঃ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে আৰু এখোজ আগ বাঢ়িল। শত্ৰু দেশৰ চোৰাংচোৱা উপগ্ৰহ ধ্বংস কৰিব পৰাৰ ক্ষমতা অৰ্জন কৰিলে ভাৰতে।
ডিআৰডিঅ’ৰ বিজ্ঞানীসকলে ভূ-পৃষ্ঠৰপৰা নিম্ন উচ্চতাৰ প্ৰায় ২০০০ কিল’মিটাৰৰ ভিতৰৰ কক্ষপথত থকা উপগ্ৰহ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ধ্বংস কৰিব পৰা ক্ষমতা অৰ্জনৰ বিষয়ে দেশবাসীক অৱগত কৰে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।