103
নতুন দিল্লীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন অধ্যক্ষ কানহায়া কুমাৰৰ বিৰুদ্ধে আকৌ চলিব দেশদ্ৰোহৰ গোচৰ। শুকুৰবাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমোদন জনায় দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেৃতৃত্বাধীন আপ চৰকাৰে। দিল্লী চৰকাৰৰ উধৃতিৰে এই কথা সদৰী কৰিছে সংবাদ প্ৰতিষ্ঠান পিটিআই-এ।
দিল্লী চৰকাৰক ধন্যবাদ কানহায়াৰ