Home ৰাজ্যধুবুৰীত এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা

ধুবুৰীত এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা

by News Desk
68 views
A+A-
Reset

গোলকগঞ্জঃ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা এপিএছচিক সংস্কাৰৰ স্বাৰ্থত ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত পৰীক্ষা অনুষ্ঠিত কৰিব৷ ৰাজ‍্যৰ অন‍্যান‍্য প্ৰন্তৰ লগতে ধুবুৰী জিলাতো অহা ২ জুলাইত অসম প্ৰশাসনীয় সেৱাৰ সংযুক্ত প্ৰাৰাম্ভিক প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হ’ব।

জিলা তথ‍্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, ধুবুৰীৰ দুটা কেন্দ্ৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ভোলানাথ মহাবিদ‍্যালয়ত কেন্দ্ৰত ৬১৪ গৰাকী আৰু ধুবুৰী ছোৱালী মহাবিদ‍্যালয় কেন্দ্ৰত ১৭১ গৰাকী সৰ্বমুঠ মুঠ ৭৮৫ গৰাকী পৰীক্ষাৰ্থীয়ে ধুবুৰী জিলাত পৰীক্ষাত বহিব। এইবাৰ পৰীক্ষাকেন্দ্ৰৰ ভিতৰত মোৱাইল ফোন, কেলকুলেটাৰ, টেবলেট পেজাৰ হেডফোন আদি বৈদ্যুতিক সজুঁলি নিব নোৱাৰিব বুলি জনসংযোগ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0