49
ধিংঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁৱৰ ধিঙলৈ গৌৰৱ কঢ়িয়াই অনা তিনিগৰাকী ছাত্ৰক আজি ধিং প্ৰেছ ক্লাৱ অাৰু ধিং অাঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়৷
ধিং অাছুৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত দীপময় ঠাকুৰীয়া, মোস্তাফা চেলিম অাহমেদৰ লগতে অভিজিৎ বৰাক ফুলাম গামোচা, শৰাই আদিৰে ধিং প্ৰেছ ক্লাৱ অাৰু ধিং অাঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনায়।