Home ৰাজ্যANIক দিয়া সাক্ষাতকাৰত পাপনৰ মাতৃ অৰ্চনা মহন্তই কলে, ‘তেওঁ তেনেকুৱা কৰিবই নোৱাৰে’

ANIক দিয়া সাক্ষাতকাৰত পাপনৰ মাতৃ অৰ্চনা মহন্তই কলে, ‘তেওঁ তেনেকুৱা কৰিবই নোৱাৰে’

by News Desk
72 views
A+A-
Reset

ডিজিটেল ডেস্কঃ নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ অংগৰাগ মহন্ত পাপনৰ চুমা বিতৰ্ক অব্যাহত থকাৰ সময়তে ANIক দিয়া এটি সাক্ষাৎকাৰত পোন প্ৰথমবাৰৰ বাবে মাতৃ প্ৰথিতযশা সংগীতশিল্পী অৰ্চনা মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অৰ্চনা মহন্তই তেওঁ তেনেকুৱা কৰিবই নোৱাৰে বুলি কয়৷ ANIক দিয়া সাক্ষাৎকাৰত অৰ্চনা মহন্তই কয় ‘‘এয়া বহু দূখৰ কথা৷ তেও তেনেকুৱা কৰিবই নোৱাৰে৷ আমাৰ সকলোৰে মন বেয়া হৈছে৷ তেও নিৰ্দোষী হ’বই৷ সঁচাটো সদায় সঁচা হয়৷ তেওৰ ছবি বেয়া কৰিবলৈও এনে কৰিব পাৰে৷ আমি ভবা নাছিলো এনেকুৱা হ’ব বুলি৷’’ উল্লেখ্য যে, বিজেপিৰ নেতা সুব্ৰমনিয়াম স্বামীয়ে টুইট কৰি পাপনক পাপী আখ্যা দিয়াৰ লগতে পাপনক ধৰ্ষণ কাৰীৰ অভিযোগত শাস্তি দিব পাৰি বুলি কৈছিল৷

Yeh bahot dukh ki baat hai. Woh aisa kar hi nahi sakta. Hum sabka mann kharaab ho gaya hai. Woh clean niklega. Truth always remains the truth. Yeh image ko defame karne ke liye bhi ho sakta hai. Humne socha bhi nahi tha aisa kuch hoga: Archayana Mahonto, Mother of singer #Papon pic.twitter.com/iXHkR5Xa7d

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0