নাহৰকটীয়াত গ্ৰেপ্তাৰ হ’ল আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা প্ৰধান শিক্ষয়িত্ৰী

Home ৰাজ্যনাহৰকটীয়াত গ্ৰেপ্তাৰ হ’ল আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা প্ৰধান শিক্ষয়িত্ৰী

নাহৰকটীয়াত গ্ৰেপ্তাৰ হ’ল আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰা প্ৰধান শিক্ষয়িত্ৰী

by News Desk
51 views
A+A-
Reset

নাহৰকটীয়াঃ নাহৰকটীয়া চেইন্ট মেৰিজ স্কুলৰ ছাত্ৰী আত্মহত্যা সংঘটিত হোৱা ঘটনাই সমগ্ৰ নাহৰকটীয়া অঞ্চলত তোলপাৰ লগাই থকাৰ সময়তে অাজি ৰাইজৰ অাশা পূৰণ হ’ল। অাত্মহত্যাৰ পাছতো নম্ৰতাৰ কুৎসা ৰটনা কৰিবলৈ নিৰ্দেশ দিয়া প্ৰধান শিক্ষয়িত্ৰী ৰেন্সি ছেবেষ্টিয়ানক অাৰক্ষীয়ে অাটক কৰে।

উল্লেখযোগ্য যে, শনিবাৰে নম্ৰতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি নাহৰকটীয়া থানালৈ অনাৰ পাছত অঞ্চলটিৰ শতাধিক লোকে নিশা থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। নাহৰকটীয়া অাঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ অাদি দল সংগঠনো উপস্থিত থাকি ঘটনাৰ লগত জড়িত বিদ্যালয়ৰ কৰ্তৃপক্ষক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0