Home ৰাজ্যAK-47 হাতত লৈ থকা সেনা বিষয়াক চুৰীৰে আক্ৰমণ, মঙলদৈত চাঞ্চল্য

AK-47 হাতত লৈ থকা সেনা বিষয়াক চুৰীৰে আক্ৰমণ, মঙলদৈত চাঞ্চল্য

by News Desk
58 views
A+A-
Reset

মঙলদৈঃ দুগৰাকী জনগোষ্ঠীয় যুৱকে কৰ্তব্যৰত সেনা বিষয়াক চুৰীৰে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দৰং জিলাত৷ দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত বৰঝাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে সেনাই মাৰকোথ মুছাহাৰী আৰু চিমন বাগলাৰী নামৰ যুৱক দুজনক আৱদ্ধ কৰি আৰক্ষীৰ সহায়ত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, বৰঝাৰ গাঁৱত সেনা বিষয়া কে প্ৰভাকৰৰ নেতৃত্বত সেনাৰ এটা দলে তহল দিয়াৰ লগতে দুই এজন লোকৰ গাড়ী-মটৰ তালাচী চলাই আছিল৷ বৰঝাৰ গাঁৱত মাৰকোথ মোচাহাৰী আৰু চিমন বাগলাৰী নামৰ যুৱক দুজনক প্ৰত্যক্ষ কৰি ওচৰলৈ মাতি আনি কিছু প্ৰশ্ন কৰিবৰ ধৰাৰ সময়তে সেনা বিষয়া কে প্ৰভাকৰক চুৰীৰে আক্ৰমণ কৰে৷ সেনা বিষয়াগৰাকীক আক্ৰমণ কৰি যুৱকদ্বয়ে পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰিব লগা হয় সেনাই৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় যুৱকদুজন

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0