Home দেশপ্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক বিমানবন্দৰত গ্ৰেপ্তাৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক বিমানবন্দৰত গ্ৰেপ্তাৰ

by News Desk
67 views
A+A-
Reset

ডিজিটেল ডেক্সঃ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বুধবাৰে আইএনএক্স মিডিয়া গোচৰৰ বাবে লণ্ডনৰ পৰা উভটি অহাৰ পাছত চেন্নাই বিমানবন্দৰৰ পৰা চিবিআইয়ে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিছে৷

জানিব পৰা মতে, কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে গ্ৰেপ্তাৰ হয়৷ আইএনএক্স মিডিয়া গোচৰৰ বাবে কাৰ্তি চিদাম্বৰমে ঘোচ দিয়াৰ উপৰি বিচাৰ প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0