53
ডিফুঃ কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ৰবৰ বাগানৰ কৰ্মচাৰীক ধনদাবী কৰা ৬ দূৰ্বৃত্তক আৰক্ষীয়ে আটক কৰে৷
যোৱা ২২ আগষ্টত কোনো অচিনাক্ত লোকে কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মাঞ্জা থানাৰ অন্তৰ্গত ৰবৰ বাগানৰ ফাৰ্মৰ কৰ্মচাৰীক ধন দাবী কৰে৷