Home ৰাজ্যপাহাৰীয়া জিলা কাৰ্বি ভূমিত ৰং-তুলিকাৰে খেলিলে কিশোৰ-কিশোৰীয়ে

পাহাৰীয়া জিলা কাৰ্বি ভূমিত ৰং-তুলিকাৰে খেলিলে কিশোৰ-কিশোৰীয়ে

by News Desk
81 views
A+A-
Reset

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি ভূমিত দেওবাৰে পুৱাই একাংশ কিশোৰ-কিশোৰীয়ে হাতত ৰং তুলিকা লৈ ওলাই আহিল৷ বোকাজান নগৰৰ শুকানজানস্থিত শ্ৰীশ্ৰী শংকৰ-মাধৱ মিলনজ্যোতি নামঘৰে ১ মাৰ্চত পালন কৰিবলগীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে নামঘৰ পৰিচালনা সমিতিয়ে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে নামঘৰ প্ৰাংগণত প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ ব্যাপক প্ৰস্ততি চলাই থকা পৰিলক্ষিত হৈছে৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নামঘৰ পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0