46
♦ অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ আৰু দেউৰী লোকসকলক চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়াক লৈ জ্বলিছে চুবুৰীয়া ৰাজ্যখন।
♦ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়াৰ বিৰোধিতাৰে সাব্যস্ত প্ৰতিবাদৰ মাজতে শনিবৰে ৰজ্যখনৰ ৰাজধানী ইটানগৰত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়।