Home দেশআমৃত্যু কাৰাদণ্ড আশাৰামৰ, সহ-অভিযুক্তৰ দুজনৰ ২০ বছৰ কাৰাবাস

আমৃত্যু কাৰাদণ্ড আশাৰামৰ, সহ-অভিযুক্তৰ দুজনৰ ২০ বছৰ কাৰাবাস

by News Desk
A+A-
Reset
26-asaram-bapu

ডিজিটেল ডেস্কঃ আদালতৰ ৰায়ত দোষী সাব্যস্ত হ’ল আশাৰাম বাপু৷ ২০১৩ চনতে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আশাৰাম বাপুৰ বিৰুদ্ধে৷ এই অভিযোগ উত্থাপন কৰিছিল ১৬ বছৰীয়া নাবালিকা গৰাকীয়ে৷ 

আজি এই গোচৰৰ ৰায় প্ৰদান কৰি বিশেষ আদালতে আশাৰাম বাপুৰ আমৃত্যু কাৰাদণ্ড প্ৰদান কৰে৷ আশাৰাম বাপুৰ লগতে আন দুগৰাকী অভিযুক্তকো দোষী সাব্যস্ত কৰি আদালতে দুয়োজনকে ২০ বছৰৰ কাৰাবাস শুনায়৷ আশাৰামৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে ন্যায়াধীশ মধুসুধন শৰ্মাই ৰায় প্ৰদান কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0