73
সৰ্থেৱাৰীঃ দিনটোৰ ২৪ ঘন্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা BJP চৰকাৰ দিনত ঘন্টাৰ পাছত ঘন্টা ধৰি বিদ্যুৎ নাথাকে সৰ্থাৱাৰীতl
ৰাইজৰ অভিযোগ অনুসৰি দৈনিক মাত্ৰা ৮ ৰপৰা ১০ ঘন্টাহে বিদ্যুৎ লাভ কৰে গ্ৰাহকে| যাৰ ফলত অঞ্চলতোত বাণিজ্যিক তথা ঘৰুৱা কাম-কাজত যথেষ্ট সমস্যাৰ সন্মুখিন হৈছে।