63
গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ১১ এপ্ৰিলত অসমৰ ১২ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
এই দিনটোত সকলো শিক্ষানুষ্ঠান, বেংকৰ লগতে চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব। NI এক্টৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।