Home ৰাজ্যআদিবাসী ছাহ জনজাতি জাগৰণ সন্থাৰ ৪৮ ঘণ্টীয়া অসম বন্ধ ঘোষণা

আদিবাসী ছাহ জনজাতি জাগৰণ সন্থাৰ ৪৮ ঘণ্টীয়া অসম বন্ধ ঘোষণা

by News Desk
59 views
A+A-
Reset

শিমলুগুৰিঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থাই ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ ৪৮ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে৷ আদিবাসী চাহ জনগোষ্ঠী তথা অসমীয়াৰ ওপৰত নগা উগ্ৰপন্থীয়ে নিৰ্যাতন চলোৱাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাত এই বন্ধ ঘোষণা কৰে সংঘঠনটোৱে৷

ছোটনাগপুৰী ছাত্ৰ সন্মিলনৰ জন্মদাতা লগতে সংগ্ৰামী ছাত্ৰ নেতা প্ৰয়াত সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিক অপমান কৰা, চাহ শ্ৰমিকৰ ৩৫০ টকা হাজিৰা বৃদ্ধি, আদিবাসী চাহ জনজাতিক চৰকাৰী ভাৱে দি অহা চৰকাৰী আৱাস গৃহৰ তালিকা, চাহ জনগোষ্ঠী আদিবাসীক সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা দিয়া, আদিবাসী চাহ জনগোষ্ঠীৰ সুকীয়াকৈ ৰেজিমেণ্ট, আদিবাসী চাহ জনগোষ্ঠী স্বায়ত্ব শাসনৰ দাবীত অহা ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0