অসম বন্ধৰ সময়চোৱাত সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান খোলা ৰাখিবলৈ...

Home ৰাজ্যঅসম বন্ধৰ সময়চোৱাত সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান খোলা ৰাখিবলৈ আহ্বান বোকাখাত মহকুমা প্ৰশাসনৰ

অসম বন্ধৰ সময়চোৱাত সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান খোলা ৰাখিবলৈ আহ্বান বোকাখাত মহকুমা প্ৰশাসনৰ

by News Desk
67 views
A+A-
Reset

কাজিৰঙাঃ২৩ অক্টোবৰৰ দিনা  ৪৬ টা দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কালচোৱাত স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিবলৈ বোকাখাত মহকুমা প্ৰশাসনে সমূহ মহকুমাবাসীলৈ অনুৰোধ জনাইছে। এই সময়চোৱাত সকলো চৰকাৰী-বেচৰকাৰী  যান-বাহনৰ চলাচল অব্যাহত ৰখাৰ লগতে সকলো পেট্ৰল পাম্প তথা ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখিবলৈ  মহকুমা প্ৰশাসনে আহ্বান জনাইছে। 
উক্ত সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী বাহিনীৰ তৰফৰ পৰা সকলোধৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো  ব্যৱস্থা কৰা হৈছে। বন্ধৰ সময়চোৱাত সকলো  চৰকাৰী-বেচৰকাৰী  কাৰ্যালয়সমূহৰ কাম-কাজ অব্যাহত ৰাখিবলৈ আৰু ১০০শতাংশ উপস্থিতি সুনিশ্চিত কৰিবলৈ মহকুমা প্ৰশাসনে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0