Home ৰাজ্যআজি আক্ৰাছুৰ ৩৬ঘণ্টীয়া অসম বন্ধ, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাভা হাছঙত

আজি আক্ৰাছুৰ ৩৬ঘণ্টীয়া অসম বন্ধ, বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাভা হাছঙত

by News Desk
A+A-
Reset
dudhnoi-r

newsnextone | newsnextone.com ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আক্ৰাছুয়ে ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা হৈছে এই অসম বন্ধ।সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাভা হাছঙত৷ৰাভা হাছঙৰ দুধনৈৰ লগতে ৰংজুলি, দৰংগিৰি, ধনুভাঙা আদি অঞ্চলতো বন্ধৰ প্ৰভাৱ পৰিছে।
দুধনৈৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে।পুৱাৰ পৰা যান-বাহনৰ চলাচলো বন্ধ হৈ আছে।ফলত অচল হৈ পৰিছে স্বাভাৱিক জীৱন-যাপন। সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰসমূহ বন্ধ হৈ আছেl 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0