151
গুৱাহাটীঃ ৰাজ্যত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা বিজ্ঞান জনপ্ৰিয়কৰণৰ অগ্ৰণী অনুষ্ঠান অসম বিজ্ঞান সমিতিয়ে আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব অন্ধবিশ্বাস বিৰোধী অভিযান।
এই উদ্দেশ্যৰে, ৯ জুলাইৰ দিনৰ ১১ বজাত বিজ্ঞান সমিতিৰ মুঠ ৪১ খন নিৰ্বাচিত শাখা সমিতিকে মুখ্য কৰি, অন্যান্য শাখাসমূহেও এক আনুষ্ঠানিক “শপত” গ্ৰহণ কাৰ্য্যসূচীত ভাগ ল’ব।