Home ৰাজ্যসপোন সাৰ্থক কৰাৰ পৰিকল্পনাৰে অসম সন্তান ৰিয়ান পৰাগ

সপোন সাৰ্থক কৰাৰ পৰিকল্পনাৰে অসম সন্তান ৰিয়ান পৰাগ

by News Desk
A+A-
Reset
d96aea45-69f3-4036-b0e5-2637b133c501

গুৱাহাটীঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই কেইবাখনো গুৰুত্বপূৰ্ণ খেলত ৰাজস্থান ৰয়েলছৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ অসম সন্তান ৰিয়ান পৰাগৰ গুৰুত্বপূৰ্ণ সংবাদ মেল। সোমবাৰে সন্ধিয়া বিশেষ বিমানৰ জৰিয়তে গুৱাহাটীত উপস্থিত হোৱা পাছত মঙলবাৰে খাৰঘুলিস্থিত “মেঘমল্লা এপাৰ্টমেণ্ট” যুৱ ক্ৰিকেটাৰ গৰাকীয়ে সংবাদ মেল সম্বোধন কৰি সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীক ধন্যবাদ জনাই কয় যে অসমবাসীৰ মৰম আৰু আৰ্শীবাদৰ থকা বাবেই আজি এই পৰ্যায়লৈকে যাব পাৰিছো। অনাগত দিনটো অসমবাসীৰ মৰম আৰু আৰ্শীবাদে ক্ৰিকেটৰ জগতখনত আগবাঢ়ি যোৱাত সহায় কৰিব।

ইফালে, মঙলবাৰে সংবাদ মেলত সাংবাদিকে ৰিয়ানক আই পি এলৰ অভিজ্ঞতাৰ সম্পৰ্কে প্রশ্ন কৰাত তেওঁ কয় যে সৰুৰে পৰা টিভিত দেখি থকা বিশ্ব নামি-দামী খেলুৱৈ সকলকৰ লগত খেলিবলৈ পোৱাটোৱে ডাঙৰ অভিজ্ঞতা। বিশেষকৈ বিশ্বৰ চিৰপৰিচিত স্পিনাৰ বলাৰ ইমৰান তাহিৰ বল আৰু উইকেট ৰক্ষক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ সন্মুখত এজন বেটছমেন হিচাপে আই পি এলৰ ইতিহাসত আৰম্ভণি ঘটাটোৱে মোৰ বাবে ডাঙৰ অভিজ্ঞতা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0