Home ৰাজনীতিসঞ্জয় কিষাণক অপসাৰণ কৰি প্ৰশান্ত, ৰূপেশ, কৃষ্ণেন্দু, কৌশিকক পাতিলে নতুন মন্ত্ৰী

সঞ্জয় কিষাণক অপসাৰণ কৰি প্ৰশান্ত, ৰূপেশ, কৃষ্ণেন্দু, কৌশিকক পাতিলে নতুন মন্ত্ৰী

by News Desk
A+A-
Reset
Gold 3D And Modern Cryptocurrency Introduction 101 Youtube thumbnail

গুৱাহাটীঃ অৱশেষত সম্প্ৰসাৰণ হ’ল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। বৃহস্পতিবাৰে দিল্লীত থাকিয়েই মন্ত্ৰীসভাত স্থান পাবলগীয়া ৪ বিধায়কৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বে ঘোষিত তাৰিখ অনুসৰি ৭ ডিচেম্বৰত কোনকেইগৰাকী বিজেপি বিধায়কে মন্ত্ৰী হিচাপে শপত ল’ব সেয়া সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

প্ৰায় এবছৰ পূৰ্বৰে পৰা জল্পনা-কল্পনা চলি আছিল যদিও অৱশেষত আজি মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া চাৰি বিধায়কৰ নামত ছীল-মোহল লগায় সকলো উৎকণ্ঠাৰ অৱসান ঘটায়। এই অনুযায়ী সাপো নমৰক লাঠিও নাভাগক আৰু এক গুলীত দুই চিকাৰ নীতিৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0