Home ৰাজ্যগান্ধীবাদী নাই, কংগ্ৰেছত এতিয়া পইচাবাদহে চলে

গান্ধীবাদী নাই, কংগ্ৰেছত এতিয়া পইচাবাদহে চলে

by News Desk
60 views
A+A-
Reset

তেজপুৰঃ ‘‘অসম বিধান সভাত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু হিতেশ্বৰ শইকীয়াৰ দিনত ২২হেজাৰ কোটি টকীয়া অনিয়মৰ কথা মই ৰাজহুৱা হিচাপ কমিটীৰ সভাপতি হৈ থকাৰ কালৰ পোহৰলৈ আহিছিল৷ মই বিভিন্ন অফাৰ পোৱাৰ পাছতো সেইবোৰ গ্ৰহণ নকৰাৰ বাবে বিহপুৰীয়াৰ ৰাইজে মোক আস্থা আৰু বিশ্বাসত লৈ চাৰিবাৰকৈ নিৰ্দলীয় বিধায়ক পাতিলে।’’ এই মন্তব্য অসমৰ প্ৰবীণ ৰাজনীতিবিদ, প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰাৰ ।

জামুগুৰি বাপুজী ভৱনত অনুষ্ঠিত এক গাম্ভীয্পূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কোনো দলৰ ওপৰত কোনো আস্থা নথকাৰ বাবেই বিহপুৰীয়া সমষ্টিৰপৰা নিৰ্দলীয় হৈ বিধান সভালৈ যোৱা বুলি কৈ সকলো দলক সমলোচনা কৰি কংগ্ৰেছ দল এতিয়া গান্ধীবাদীৰ দল হৈ থকা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0