Home ৰাজ্যউচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৮১.৭৭ শতাংশ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৮১.৭৭ শতাংশ

by News Desk
A+A-
Reset
HS Result 2025

গুৱাহাটীঃ বুধবাৰে অসম ৰাজ্যিক শিক্ষা ব’ৰ্ডে কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক বিষয়ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। শিক্ষা বিভাগৰ তথ্য অনুসৰি, এইবাৰ উচ্চতৰ মাধ্যমিকত ৩,০২,৪২০ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে ৩,০২,৬১৩ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱৰ্ত্তীণ হয়। ইয়াৰে ২,৪৭,৪৬২ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। এই বাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ ৮১.৭৭ শতাংশ। 

উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাত অৱত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যাতকৈ ছাত্ৰীৰ সংখ্যা অধিক। জানিব পৰা মতে এই পৰীক্ষাত মুঠ ১,৪৪,৫০২ গৰাকী ছাত্ৰ অৱত্তীৰ্ণ হোৱাৰ বিপৰীতে মুঠ ১,৬২,৪২৩ গৰাকী ছাত্ৰী অৱত্তীৰ্ণ হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0