52
গুৱাহাটীঃ গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে৷ এই সংখ্যা আৰু অধিক হোৱাৰ আংশকা কৰা হৈছে৷
শনিবাৰে পুৱালৈকে গোলাঘাটত ৪৮ জন আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৪ জন লোকে মৃত্যুক সাৱটি লৈছে৷