Home ৰাজ্যকাৰ্বি যুৱ মহোৎসৱত উজলি উঠিব কলা-সংস্কৃতি, বিজেপিৰ স্বচ্ছ অভিযান

কাৰ্বি যুৱ মহোৎসৱত উজলি উঠিব কলা-সংস্কৃতি, বিজেপিৰ স্বচ্ছ অভিযান

by News Desk
59 views
A+A-
Reset

ডিফুঃ স্বচ্ছ ভাৰত অভিযান যেন এতিয়া এক চমক হে৷ হাতত ঝাড়ু লৈ ফটোৰ উঠাৰ বাবে পজ দিয়াৰ চমকত হৈ পৰিণত হ’ল স্বচ্ছ ভাৰত অভিযান৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ খনত স্বচ্ছ, পৰিস্কাৰ কৰাৰ সপোন দেখি এই আঁচনি হাতত লৈছিল৷ তাৰ পিছতে দেশৰ সাংসদ, মন্ত্ৰী, বিধায়ক আমোলা সকলোৱে হাতে-কামে লাগিছিল স্বচ্ছ ভাৰত অভিযানত৷

আজিওঁ ঠায়ে ঠায়ে একাংশ লোকে স্বচ্ছ ভাৰত অভিযানৰ হৈ কাম কৰি থকা দেখা যায়৷ তাৰ মাজতে, অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি সাংস্কৃতিক প্ৰকল্পত উদযাপন হ’বলগীয়া ৪৪ তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে পশ্চিম কাৰ্বি আংলঙৰ ৫ নং ৰংখাঙ পৰিষদীয় সমষ্টিৰ বিজেপিৰ মণ্ডল সমিতিয়ে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0