Home ৰাজ্যবৰ ঘৰ জ্বলালে নগাই, ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ পিছতেই অসমত বাঢ়িল নগাৰ দপদপনি

বৰ ঘৰ জ্বলালে নগাই, ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ পিছতেই অসমত বাঢ়িল নগাৰ দপদপনি

by News Desk
54 views
A+A-
Reset

উৰিয়ামঘাটঃ জাতি, মাটি ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি অসমীয়াৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপি, অগপ আৰু বিপিএফে এতিয়া সীমান্তত বাস কৰা অসমীয়াক পাহৰিলে৷ প্ৰতিটো দিন আতংকৰ মাজেৰে পাৰ কৰা অসম-নাগালেণ্ড সীমান্তৰ অসমীয়াই জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নামত হাহাকাৰ কৰিব লগা হৈছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ সীমান্তৰ অসমীয়াৰ নিশা হলেই যেন সন্তান পৰিয়ালৰ চিন্তাত নিদ্ৰাহৰণ হয়৷ যেনিবা আজিও আহে নগা দুৰ্বৃত্ত৷

আজিও চলাব নেকি তাণ্ডৱ৷ তেনেই চিন্তাত দিন পাৰ কৰিব লগা হৈছে অসমীয়াই৷ যোৱা কেইবাটাও দিনৰ ভিতৰত অসম-নগালেণ্ড সীমান্তত নগাৰ অত্যাচাৰ যেন বৃদ্ধি হৈছে৷ এইবাৰ যেন বৰ ঘৰ হে পালে নগাই৷ সীমান্তৰ পৰা বহু ভিতৰলৈ সোমাই আহি অসমীয়াৰ ঘৰ জ্বলাই ভাবুকি দি নিৰ্বিঘ্নে আতৰি গ’ল নগা দুৰ্বৃত্ত৷ অসমীয়াৰ ঘৰ জ্বলাই দিয়াৰ পিছতো অসমীয়াক সুৰক্ষা দিবলৈ কোনো নাছিল সীমান্তত৷ মন্ত্ৰী, বিধায়ক, আমোলাক সুৰক্ষা দিবলৈ শ-শ অৰ্ধসামৰিক বাহিনী, আৰক্ষী আছে যদিও সীমান্তৰ অসমীয়াক সুৰক্ষা দিবলৈ কোনো নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0