Home ৰাজ্যকাৰ ভুলৰ বাবে ৱেবছাইটৰ পৰা নাইকিয়া হ’ল NRCৰ চূড়ান্ত তালিকা?

কাৰ ভুলৰ বাবে ৱেবছাইটৰ পৰা নাইকিয়া হ’ল NRCৰ চূড়ান্ত তালিকা?

by News Desk
A+A-
Reset
WhatsApp Image 2020-02-12 at 20

গুৱাহাটীঃ কিমান সুৰক্ষিত চৰকাৰী ৱেবছাইটসমূহ? যি ৱেবছাইটৰ জৰিয়তে কোনজন লোক ভাৰতীয়, কোনজন লোক ভাৰতীয় নহয় সেই প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল উক্ত ৱেবছাইটত সৰ্বসাধাৰণ ৰাইজে আপলোড কৰা তথ্যসমূহ কিমান সুৰক্ষিত? ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRCৰ ৱেবছাইটৰ পৰা চূড়ান্ত তালিকাখন হঠাৎ নাইকিয়া হৈ পৰাৰ পিছতে এতিয়া এনে প্ৰশ্নই দিকভ্ৰান্ত কৰি তুলিছে সকলোকে। 

NRCৰ এক ভিতৰুৱা সূত্ৰই NNOক জনোৱা মতে যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাখন অনলাইন কৰাৰ সমস্ত দায়িত্ব অৰ্পণ কৰা হৈছিল দেশৰ আগশাৰীৰ তথ্য-প্ৰযুক্তি কোম্পানী Wiproক। কিন্তু Wiproৰ সৈতে হোৱা চুক্তিৰ ম্যাদ অন্ত পৰাৰ বাবেই চূড়ান্ত তালিকাখন অফলাইন হৈ পৰে বুলি জনাই সূত্ৰটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0