Home ৰাজ্যলকডাউন ভংগ! ৪ দিনত ২৭৬ জনক আটক অসম আৰক্ষীৰ

লকডাউন ভংগ! ৪ দিনত ২৭৬ জনক আটক অসম আৰক্ষীৰ

by News Desk
A+A-
Reset
assam_coronavirus copy

গুৱাহাটীঃ কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি বলৱৎ কৰা ২১ দিনীয়া লকডাউনৰ আজি পঞ্চম দিন৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ প্ৰান্ততে পুৱাৰে পৰা অধিকাংশ ৰাইজৰ স্বতঃস্ফূৰ্ত সহাৰি দেখা গৈছে এই লকডাউনলৈ৷ নাই কোনো জনসমাগম, স্তব্ধ যাতায়ত ব্যৱস্থা, বন্ধ আছে দোকান পোহাৰ৷ ইয়াৰ সমান্তৰালভাৱে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ আছে চৰকাৰ, স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী-প্ৰশাসন৷ 

অধিকাংশ লোকেই লকডাউনলৈ সহাৰি জনোৱাৰ বিপৰীতে ৰাজ্যৰ কেইবাঠাইতো একাংশ লোকে সেয়া ভংগ কৰাৰো বাতৰি আহিছে ৷ যোৱা ৪ দিনত কিছু ঠাইত একাংশ লোক বাহিৰলৈ ওলাই অহা, দোকান-পোহাৰ খোলা আদি ঘটনাও পৰিলক্ষিত হয়৷ ঠায়ে ঠায়ে একাংশ লোকে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হোৱা  দেখা গৈছে৷  যাৰ পৰিপেক্ষিতত সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0