Home ৰাজ্যনিলম্বনৰ পিছতো বিতৰ্কিত আৰক্ষীৰ হাতত চৰকাৰী মাৰণাস্ত্ৰ

নিলম্বনৰ পিছতো বিতৰ্কিত আৰক্ষীৰ হাতত চৰকাৰী মাৰণাস্ত্ৰ

by News Desk
74 views
A+A-
Reset

কাজলগাঁওঃ চাকৰিৰ পৰা নিলম্বিত হোৱা সত্বেও সুদীৰ্ঘ ছয় বছৰ ধৰি অসম আৰক্ষীৰ এগৰাকী বেটেলিয়ন অধিনায়কে অস্ত্ৰ-শস্ত্ৰ, গাড়ী আৰু দেহৰক্ষী অকৰ্তৃত্বশীলভাৱে নিজৰ লগত ৰখা ঘটনা এটা শেহতীয়াকৈ পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। চিৰাং জিলাৰ বিজনী চহৰৰ সুদেমপুৰী নিৱাসী তথা পূৰ্বৰ ২২ নং বেটেলিয়নৰ অধিনায়ক তৰুণ চন্দ্ৰ বড়োৱে উক্ত অপকাণ্ড সংঘটিত কৰিছে।

উল্লেখ্য যে চিলাপথাৰত থকা অসম আৰক্ষীৰ ২২ নম্বৰ বেটেলিয়নৰ অধিনায়ক তৰুণ চন্দ্ৰ বড়ো বিগত ২০১১ চনৰ ১৩ নৱেম্বৰৰ পৰা নিলম্বিত হৈ আছে। কৰ্তব্যত গাফিলতিৰ বাবেই নিলম্বিত হৈ থকা অধিনায়কজনে চৰকাৰী অস্ত্ৰ-শস্ত্ৰ  গাড়ী জমা নিদিয়াৰ লগতে দেহৰক্ষী গোপাল নাৰ্জাৰীকো চমজাই নিদিয়াত অধিনায়কজনক বিভাগীয়ভাৱে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল যদিও তেওঁ বিষয়টোত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0