অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Home ৰাজ্যঅসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

by News Desk
69 views
A+A-
Reset

গুৱাহাটীঃ ভিলেজ ৰকষ্টাৰৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীৰ তথা বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অসম কন্যা ৰিমা দাসে পৰিচালনা কৰিব নতুন ছবি ‘পূৰ্ণ চন্দ্ৰা’। অসম চলচ্চিত্ৰৰ বিত্ত নিগমৰ বেনাৰত নিৰ্মান হ’ব লগা নতুন ছবিখনৰ কাম আৰম্ভ হব চলিত বৰ্ষৰ আগষ্ট মাহৰপৰা। এই কথা মঙলবাৰে এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰা।

বৰাই লগতে কয় যে ছবিখন নিৰ্মান কৰাৰ বাবে ৰিমা দাসক অসম চৰকাৰৰ চলচিত্ৰ বিত্ত নিগমৰ ফালৰ পৰা ৫০ লাখ টকা দিয়া হ’ব। ছবিখন নিৰ্মান কৰোতে যিখিনি টকা খৰচ সম্পূৰ্ণ হৈ যদি ৰৈ যায় সেই টকাখিনি ঘূৰাই দিব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম চৰকাৰে ছবি নিৰ্মাণৰ বাবে ৫০ লাখ টকা প্ৰদান কৰিছিল পৰিচালনা জাহ্নু বৰুৱাক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0