Home ৰাজ্যঅপেক্ষাৰ অন্ত! খালী হাতে আহি খালী হাতে গ’ল ৰিজিজু

অপেক্ষাৰ অন্ত! খালী হাতে আহি খালী হাতে গ’ল ৰিজিজু

by News Desk
61 views
A+A-
Reset

লালুকঃ অসমৰ বান সমস্যাক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ লগতে কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে বান সমস্যাৰ বুজ লবলৈ ৰাজ্যখনত উপস্থিত নোহোৱাত ৰাজ্যত সৃষ্টি হৈছিল  তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ অন্তত ৰাজ্যখনৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি উপস্থিত হয় কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু৷

দুপৰীয়া এখন বিশেষ হেলিকপ্টাৰেৰে লীলাবাৰীত অৱতৰণ কৰি গৃহ মন্ত্ৰী কিৰণ ৰিজিজুৱে পোনে পোনেই বগলীজানত উপস্থিত হৈ নীপকোৰ বাঢ়নী পানীয়ে ছিঙি নিয়া মথাউৰিৰ অংশটো পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক উৎপল দত্ত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0