52
ডিজিটেল ডেস্কঃ চুৰি কৰাৰ সন্দেহত এগৰাকী আদিবাসী যুৱকক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে৷ বৰ্বৰ ভাৱে কেইগৰাকীমান লোকে আক্ৰমণ কৰাৰ সময়ত চেল্ফি তুলি সেই ফটো ছচিয়েল মিডিয়াড আপলোড কৰে অভিযুক্তসকলে৷
এই অমানবীয় বৰ্বৰ ঘটনা সংঘটিত হৈছে কেৰালাত৷ চেল্ফি মেনিয়াত আক্ৰান্ত হৈ পৰা একাংশ লোকে স্থান কাল প্ৰত্যক্ষ নকৰি চেল্ফি তোলাত ব্যস্ত হৈ পৰে৷