Home ৰাজ্যকাবুল বিমান বন্দৰত আক্ৰমণ, স্পাইচজেট বিমান সহ ৰক্ষা পৰিল ভাৰতৰ ১৮০ যাত্ৰী

কাবুল বিমান বন্দৰত আক্ৰমণ, স্পাইচজেট বিমান সহ ৰক্ষা পৰিল ভাৰতৰ ১৮০ যাত্ৰী

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুল বিমান বন্দৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণ৷ দিল্লী অভিমুখী বিমানত ৰকেটেৰে আক্ৰমণ কৰে উগ্ৰপন্থী সংগঠন তালিবানে৷ কথমপি প্ৰাণ ৰক্ষা পৰে ১৮০গৰাকী ভাৰতীয় যাত্ৰীৰ৷ জানিব পৰা মতে, দিল্লী অভিমুখী স্পাইচজেটৰ ১৮০গৰাকী যাত্রী সহ উৰা মৰাৰ সময়তে ৰকেটেৰে আক্ৰমণ কৰে তালিবানে। স্পাইচজেটৰ বোয়িং-৭৩৭ নম্বৰৰ দিল্লী অভিমুখে উৰাৰ মৰাৰ সময়তে আক্ৰমণ কৰাত হুৱাদুৱা লাগে৷

বিমানবন্দৰ কৰ্তৃপক্ষই তথা স্থানীয় কাবুল প্ৰশাসনে ভাৰতৰ যাত্রীসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে৷ স্পাইচজেটৰ মুখপাত্রৰ মতে, আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সময়তে যাত্ৰীৰ বোর্ডিং প্রায় সম্পৰ্ণ হৈছিল। তাৰ পিছতে যাত্ৰীসকলক সুৰক্ষাৰ স্বাৰ্থত বিমানৰ পৰা নমাই অন্য ঠাইলৈ স্থানান্তৰিত কৰে৷ ৰকেট আক্ৰমণৰ পিছৰে পৰা বিমান চলালচল বন্ধ কৰি দিয়া হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0