71
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ শিৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চাঞ্চল্য।
বিদ্যালয় খনৰ পৰিচালনা সমিতি গঠনৰ বাবে অনুষ্ঠিত সভাৰ মাজতে দুই ফৈদৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত গুৰুতৰ ভাবে আহত হৈছিল প্ৰধান শিক্ষক ৰশিদ আহমেদ সহ আন এজন লোক।