65
হোজাইঃ হোজাই জিলাৰ মোৰাঝাৰ এগৰাকী প্ৰধান শিক্ষকক আক্ৰমণ কৰাত উত্তেজনাই বিৰাজ কৰিছে৷
পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি দুই দলৰ কাজিয়াৰ পৰিণতিত একাংশ লোকে প্ৰধান শিক্ষকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।