60
বিহালীঃ এগৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথৰ বিহালীত৷
গাড়ী আগ-পিছ কৰাৰ গইনা লৈ এটি যুৱকৰ দলে দেওবাৰে সন্ধিয়া বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাং চেন্টাৰৰ দৈনিক বজাৰৰ সন্মুখত উপৰ্যুপৰি আক্ৰমন ব্ৰহ্ম নামৰ চিকিৎসকগৰাকীক আক্ৰমণ কৰে৷