70
কাজিৰঙাঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ১৫০ টা বন শিবিৰ আজিও পানীত ডুবি আছে৷ উদ্যান খনৰ আশে-পাশে বসবাস কৰা বহু লোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিঁত আশ্ৰয় ল’ব লগা হৈছে৷
আশ্ৰয় লৈ থকা লোকসকলে খাদ্য, বস্ত্ৰ বাসস্থানৰ অভাৱত পৰিছে যদিও ৰাজ্য চৰকাৰে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷