62
ডিজিটেল ডেস্কঃ সময়ে সময়ে গো হত্যাৰ অপৰাধত দলিতক আক্ৰমণ আৰু হত্যাকাণ্ড সংঘটিত হৈ আহিছে৷ কিন্তু এইবাৰ ঘোৰা কিনাৰ অপৰাধত দলিত যুৱকক আক্ৰমণ কৰি হত্যা কৰা হৈছে৷ দেশৰ দলিত লোকে এতিয়া ঘোৰাও কিনিব নোৱাৰা হৈছে৷
ঘোৰা কিনিলে দিয়া হয় চৰম শাস্তি৷ এগৰাকী দলিত যুৱকক ঘোৰা কিনাৰ অপৰাধত আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভাবনগৰত৷ হত্যাকাণ্ডৰ সৈতে জৰিত তিনিজন লোকক ইতিমধ্যে আটক কৰা হৈছে৷