79
www.newsnextone.com| নগাঁওঃ হৰিণা হত্যাৰ অপৰাধত বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ জেল হ’ব পাৰে অথচ মানুহ হত্যা কৰিও বিগত পাঁচটা বছৰে আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিৰ্বিঘ্নে হত্যাকাৰীয়ে মুকলি আকাশৰ তলত ঘুৰি-ফুৰা এক ঘটনাই এতিয়া নগাঁও জিলাত আৰক্ষীৰ ভূমিকাৰ প্ৰতি সৰ্বসাধাৰণক সন্দিহান কৰি তুলিছে।
