64
মহুৰামুখঃ কৈ শেষ কৰিব নোৱাৰি বোকাখাত বিধানসভা সমষ্টিৰ সমস্যাৰ কথা৷ ৰাস্তা-ঘাট, খোৱাপানী, শিক্ষা, স্বাস্থ্য ক্ষেত্ৰত পিছ পৰি থকা বোকাখাত সমষ্টিৰ ৰাইজে প্ৰতিদিনে হাহাকাৰ কৰিব লগা হয়৷