61
newsnextone.com | তেজপুৰঃ দেওবাৰে তেজপুৰত অনুষ্ঠিত হয় ডিভাইন নৰ্থ-ইষ্ট-২০১৮ৰ 2018 ৰ অ্যডিশ্যন৷ অনুষ্ঠানটিত তেজপুৰৰ বহুতো মিছ, মিছেছ, আৰু শিশুৱে অংশগ্ৰহণ কৰা দেখা যায়।
লগতে উপস্থিত থাকে ডিভাইন নৰ্থ-ইষ্টৰ ব্যৱস্থাপক নিতুমনি শইকীয়া আৰু বিচাৰক হিচাপে থাকে গুৱাহাটীৰ বিকি চৌধুৰী আৰু নিতুমনি শইকীয়া। তেজপুৰৰ পৰা বিভিন্ন প্ৰতিভাবান মিছ, মিছেছ, আৰু শিশুক বাছি উলিয়াবলৈ সক্ষম হৈছে এওঁলোকে।