Home ৰাজ্যকোকৰাঝাৰত ছাত্ৰীৰ চৰ খাই মূৰ্ছা গ’ল অটোচালক

কোকৰাঝাৰত ছাত্ৰীৰ চৰ খাই মূৰ্ছা গ’ল অটোচালক

by News Desk
71 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰীক আজি এগৰাকী অটো চালকে অটোৰ ভিতৰতে অশালীন ব্যৱহাৰ কৰাৰ পৰিণতিত অটোচালকগৰাকী গণপ্ৰহাৰৰ সন্মুখীন হয়।

বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি গণপ্ৰহাৰত মুমুৰ্ষ হৈ পৰা অটোচালকজনক ঘোঁৰামাৰাৰ আনোৱাৰ হুছেইন (২৫) বুলি চিনাক্ত কৰা হৈছে। পিছত আৰক্ষীয়ে অটোচালকজনক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত এক গোচৰো ৰজু কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0