Home ৰাজ্যমুখ্যমন্ত্ৰী সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান, এই বঁটা মোৰ বাবে আশীৰ্বাদ

মুখ্যমন্ত্ৰী সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা প্ৰদান, এই বঁটা মোৰ বাবে আশীৰ্বাদ

by News Desk
52 views
A+A-
Reset

newsnextone.com | তিনিচুকীয়াঃ দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী তপন কুমাৰ গগৈ, শদিয়াৰ বিধায়ক বলিন চেতিয়া, আলফাৰ যুদ্ধ বিৰত গোটৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, মন্ত্ৰী নৱ দ’লে, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই বঁটা প্ৰদান কৰে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ নেতৃত্বই৷ 

২২৩ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহত প্ৰদান কৰা বঁটাত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আৱক্ষ মূৰ্তি এটা, গামোচা, চেলেং চাদৰ, ১ লাখ টকাৰ চেক প্ৰদান কৰে৷ যোৱা ২৪ ম’ৰ পৰা অনুষ্ঠিত তিনিচুকীয়া জিলাৰ আইটিআই খেলপথাৰ তথা ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই ক্ষেত্ৰত কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত অন্তিম দিনৰ কাৰ্যসূচীত বঁটা প্ৰদান কৰা হয়৷    

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0